ভাৰতীয় সেনাৰ বুলেটপ্ৰুফ হেলমেট

ভাৰত চৰকাৰে ভাৰতীয় সেনাবাহিনীৰ জোৱান সকলৰ জীৱন অধিক সুনিশ্চিত কৰিবলৈ বুলেটপ্ৰুফ হেলমেট যোগান ধৰাৰ সিদ্ধান্ত লৈছে | কানপুৰস্হিত এটা প্ৰতিস্ঠানক এই হেলমেট যোগানৰ বাবে নিবিদা প্ৰদান কৰা হৈছে | প্ৰাৰম্ভিক ভাৱে ভাৰত চৰকাৰে 1.6 লাখ হেলমেটৰ বাবে 180 কোটি টকা মুকলি কৰি দিছে |

Popular posts from this blog

বেংকত আপোনাৰ জমা বহী