Posts

বেংকত আপোনাৰ জমা বহী

Image
এটি মেছেজ বহু দিন ধৰি "চ ` চিয়েল মেডিয়া"ত ঘূৰি আছে ।‍ কিন্তূ ইয়াৰ সত্যা-সত্য কিমান ? মেছেজটো তলত দিয়া ধৰণৰ- "SBI, RBI আৰু মোদী চৰকাৰে মিলি ভালেই লুটপাট আৰম্ভ কৰিছে। বেংকত আপোনাৰ জমা বহীত যদি বছৰেকত 40 বাৰতকৈ বেছি ব্যবহাৰ (টকা জমা কৰা আৰু উঠোৱা ) হয় ; তন্তে ৪১ তম ব্যবহাৰৰ পৰা প্রতিবাৰেই আপোনাৰ জমা ধনৰ পৰা 57.50 টকা কাটি নিয়া হব । যদি ও আপুনি চেক , কার্ড , নেট বেংকিং  ব্যবহাৰ  কৰক বা নকৰক , 40 বাৰৰ পিচৰ পৰাই  ডকাইতি আৰম্ভ ।

সাপে দংশন কৰিলে কি কৰিব ? কি নকৰিব !

Image
সাপে দংশন কৰা মানুজনক মানসিক ভাবে সবল কৰি ৰাখিবলৈ চেষ্টা কৰক। কটা-চিঙা নকৰিব। বিষ উলিয়াবলৈ মুখেৰে দংশন কৰা অংশ নুচুপিব। খোজ কাঢ়িবলৈ বা দৌৰিবলৈ নিদিব, এনে কৰিলে ৰক্ত সঞ্চালন বৃদ্ধি হব বেজ বা গাঁৱলীয়া চিকিৎসা কৰিবলৈ নাযাব, বিষাক্ত সাপে দংশন কৰাৰ পাছত মানুহজনৰ হাতত বেছি সময় নাথাকে, গতিকে সময় নষ্ট নকৰি তৎক্ষণাত চিকিৎসালয় যাব। হাস্পতালত এন্টিভেনম নাথাকিলেও, চিকিৎসকে আপোনাক জনাব পাৰিব এন্টিভেনম কত পোৱা যায়।

ভাৰতীয় সেনাৰ বুলেটপ্ৰুফ হেলমেট

ভাৰত চৰকাৰে ভাৰতীয় সেনাবাহিনীৰ জোৱান সকলৰ জীৱন অধিক সুনিশ্চিত কৰিবলৈ বুলেটপ্ৰুফ হেলমেট যোগান ধৰাৰ সিদ্ধান্ত লৈছে | কানপুৰস্হিত এটা প্ৰতিস্ঠানক এই হেলমেট যোগানৰ বাবে নিবিদা প্ৰদান কৰা হৈছে | প্ৰাৰম্ভিক ভাৱে ভাৰত চৰকাৰে 1.6 লাখ হেলমেটৰ বাবে 180 কোটি টকা মুকলি কৰি দিছে |

আগ্ৰহী লেখক/লেখিকাৰ পৰা লেখা আহবান কৰা হল

আগ্ৰহী লেখক/লেখিকা সকলে তেওঁলোকৰ লেখা সমূহ এই পেজত প্ৰকাশ কৰিব পাৰিব ।