আগ্ৰহী লেখক/লেখিকাৰ পৰা লেখা আহবান কৰা হল Get link Facebook X Pinterest Email Other Apps June 27, 2017 আগ্ৰহী লেখক/লেখিকা সকলে তেওঁলোকৰ লেখা সমূহ এই পেজত প্ৰকাশ কৰিব পাৰিব । Get link Facebook X Pinterest Email Other Apps
সাপে দংশন কৰিলে কি কৰিব ? কি নকৰিব ! July 16, 2017 সাপে দংশন কৰা মানুজনক মানসিক ভাবে সবল কৰি ৰাখিবলৈ চেষ্টা কৰক। কটা-চিঙা নকৰিব। বিষ উলিয়াবলৈ মুখেৰে দংশন কৰা অংশ নুচুপিব। খোজ কাঢ়িবলৈ বা দৌৰিবলৈ নিদিব, এনে কৰিলে ৰক্ত সঞ্চালন বৃদ্ধি হব বেজ বা গাঁৱলীয়া চিকিৎসা কৰিবলৈ নাযাব, বিষাক্ত সাপে দংশন কৰাৰ পাছত মানুহজনৰ হাতত বেছি সময় নাথাকে, গতিকে সময় নষ্ট নকৰি তৎক্ষণাত চিকিৎসালয় যাব। হাস্পতালত এন্টিভেনম নাথাকিলেও, চিকিৎসকে আপোনাক জনাব পাৰিব এন্টিভেনম কত পোৱা যায়। পঢ়ি থাকক »
ভাৰতীয় সেনাৰ বুলেটপ্ৰুফ হেলমেট June 28, 2017 ভাৰত চৰকাৰে ভাৰতীয় সেনাবাহিনীৰ জোৱান সকলৰ জীৱন অধিক সুনিশ্চিত কৰিবলৈ বুলেটপ্ৰুফ হেলমেট যোগান ধৰাৰ সিদ্ধান্ত লৈছে | কানপুৰস্হিত এটা প্ৰতিস্ঠানক এই হেলমেট যোগানৰ বাবে নিবিদা প্ৰদান কৰা হৈছে | প্ৰাৰম্ভিক ভাৱে ভাৰত চৰকাৰে 1.6 লাখ হেলমেটৰ বাবে 180 কোটি টকা মুকলি কৰি দিছে | পঢ়ি থাকক »