বেংকত আপোনাৰ জমা বহী

এটি মেছেজ বহু দিন ধৰি "চ ` চিয়েল মেডিয়া"ত ঘূৰি আছে । কিন্তূ ইয়াৰ সত্যা-সত্য কিমান ? মেছেজটো তলত দিয়া ধৰণৰ- "SBI, RBI আৰু মোদী চৰকাৰে মিলি ভালেই লুটপাট আৰম্ভ কৰিছে। বেংকত আপোনাৰ জমা বহীত যদি বছৰেকত 40 বাৰতকৈ বেছি ব্যবহাৰ (টকা জমা কৰা আৰু উঠোৱা ) হয় ; তন্তে ৪১ তম ব্যবহাৰৰ পৰা প্রতিবাৰেই আপোনাৰ জমা ধনৰ পৰা 57.50 টকা কাটি নিয়া হব । যদি ও আপুনি চেক , কার্ড , নেট বেংকিং ব্যবহাৰ কৰক বা নকৰক , 40 বাৰৰ পিচৰ পৰাই ডকাইতি আৰম্ভ ।